কাঁহিকুছি গাঁও পঞ্চায়তত তিনিটা উপ-পথৰ শুভাৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 September 2022

কাঁহিকুছি গাঁও পঞ্চায়তত তিনিটা উপ-পথৰ শুভাৰম্ভ

 



 W7s news গুৱাহাটী:  পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ  কাঁহিকুছি গাঁও  পঞ্চায়তত  পঞ্চদশ বিত্তীয়  আয়োগৰ  দ্বিতীয় কিস্তিৰ ধনেৰে নিৰ্মাণ কৰা  তিনিটা  উপপথৰ ২২ ছেপ্টেম্বৰত শুভাৰম্ভ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ৰাণী  আঞ্চলিক পঞ্চায়তৰ সভাপতি  পৰমেশ্বৰ বৰ্মন ,   সদস্য ৰজিদা বেগম , কাঁহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া,  অভিযন্তা  মণিকা ৰাজকোঁৱৰ ,  এ এ ই ইউৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক  পবিত্ৰ দাস , অগপৰ  কাঁহিকুছি আঞ্চলিক পৰিষদৰ সভাপতি প্রভাত চন্দ্ৰ দলৈ ,  সম্পাদক গৌতম কাকতি, উপ সভাপতি বাবুলি দাস, ৰাণী উত্তৰ ভোলাগাঁওৰ  কাউন্সিলৰ জোনালী দাস, সমাজকর্মী  ভবেন নাথ ,  নিৰ্মাণ কমিটীৰ  সভাপতি  সকলৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here