কাইলৈ অসম বন কৰ্মচাৰী সন্থাৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 September 2022

কাইলৈ অসম বন কৰ্মচাৰী সন্থাৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা

 

W7s news গুৱাহাটী : অসম বন কৰ্মচাৰী সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা  ২৫ ছেপ্টেম্বৰত দিনৰ ১১ বজাত গুৱাহাটীৰ উজানবজাৰস্থিত সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব । সন্থাৰ সভাপতি ৰাজেন্দ্ৰ শইকীয়া আৰু সাধাৰণ সম্পাদক পুলিন মহন্তই এটা বিবৃতিত জানিবলৈ দিয়া মতে  সভাত সন্থাৰ আগন্তক ৪২ সংখ্যক অধিবেশন সফলতাৰে অনুষ্ঠিত কৰা সন্দৰ্ভত বিশদ আলোচনা কৰা হব । আনহাতে সভাত সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয় - ববীয়া সকলৰ উপৰি আঞ্চলিক আৰু শাখা সমিতি সমূহৰ সভাপতি আৰু সম্পাদক সকলৰ উপস্থিতি জৰুৰী ভাবে কামনা কৰা হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here