বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰত স্বাস্থ্য সজাগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 September 2022

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰত স্বাস্থ্য সজাগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ

 



W7s news গুৱাহাটী : সীমান্ত নিৰাপত্তা বাহিনীৰ ( বি এছ এফ ),আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত আজি  বি এছ এফৰ পৰিয়ালৰ লোকৰ বাবে এক স্বাস্থ্য সজাগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় । শিবিৰত ঘাইকৈ মহিলাৰ স্তনৰ কৰ্কট ৰোগ আৰু ৰোগ চিনাক্তকৰণ কৰি ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস কৰা হয় । আনহাতে বি এছ এফৰ চিকিৎসা বিভাগৰ মহা পৰিদৰ্শক ডাঃ শেখৰ জায়ছোৱালৰ নেতৃত্বত এটা দলে গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ  সহযোগত অনুষ্ঠিত শিবিৰত বি এছ এফৰ উপৰিও ফ্ৰণ্টিয়াৰ চৌহদত থকা এন ডি আৰ এফৰ  পৰিয়ালৰো বহু লোকউপস্থিত থাকে । শিবিৰত উপস্থিত চিকিৎসক সকলে মহিলা সকলক স্তনৰ কৰ্কট ৰোগ চিনাক্তকৰণ , ৰোগ প্ৰতিৰোধ , নিৰাময় আদিৰ লগতে ইয়াৰ চিকিৎসা পদ্ধতি সন্দ


ৰ্ভত বাখ্যা দাঙি ধৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here