জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান গুৱাহাটীৰ হেলথ্ চিটী হাস্পতালত চিকিৎসাধীন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 September 2022

জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান গুৱাহাটীৰ হেলথ্ চিটী হাস্পতালত চিকিৎসাধীন


 


W7s news গুৱাহাটী:  কিছুদিন পূৰ্বে হৃদৰোগত আক্ৰান্ত হোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানক গুৱাহাটীৰ খানাপাৰাস্হ হেলথ্ চিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁক ৫ ছেপ্টেম্বৰৰ বিয়লিৰ ভাগত বিশিষ্ট হৃদ-শল্য চিকিৎসক ডাঃ ভবানন্দ দাস আৰু বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ শশাংক বৰুৱাৰ অধীনত ভৰ্তি কৰোৱা হৈছে। জ্যেষ্ঠ চিকিৎসকৰ দলে নিয়মীয়াকৈ তেওঁৰ স্বাস্থ্যৰ বুজ লৈ প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা আগবঢ়াই আছে। ডাঃ ভবানন্দ দাসৰ নেতৃত্বত অচিৰেই অধিবক্তা জামানৰ হৃদ-শল্য চিকিৎসা সম্পন্ন কৰা হʼব বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here