সোণাৰাম স্কুলৰ প্রাক্তন ছাত্রৰ মাতৃগোটলে আর্থিক অনুদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 September 2022

সোণাৰাম স্কুলৰ প্রাক্তন ছাত্রৰ মাতৃগোটলে আর্থিক অনুদান

 


W7s news গুৱাহাটী:গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাক্তন ছাত্র সম্মিলনৰ সহযোগ বৃহস্পতিবাৰে প্ৰাক্তন ছাত্ৰ সকলৰ দ্বাৰা গঠিত গুণাভিৰাম কাদম্বৰী  দাস চেৰিটেবুল ন্যাস" জৰিয়ত বিদ্যালয়ৰ আর্থিকভাবে দুর্বল ছাত্রৰ মাতৃ সকলক কিছু সকাহ দিয়ার উদ্দেশ্যেৰে সোনাৰাম উঃ মাঃ বিদ্যালয়ত ছাত্ৰ সকলৰ মাতৃ সকলক লৈ গঠন কৰা “মাতৃ গোট“ৰ কেইগৰাকীমান মাতৃক আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৷ সোণাৰাম স্কুলৰ প্ৰাক্তন ছাত্ৰ  চেৰিটেবল ন্যাসৰ সভাপতি তথা প্রাক্তন প্রবাসী ভাৰতীয় আমেৰিকা নিবাসী ডাঃ নয়ন কুমাৰ দাস ভাঙৰীয়া আৰু বিদ্যালয়ৰ  প্রাক্তন ছাত্র সন্মিলনৰ সম্পাদক দেবান ধ্রুবজ্যেতি মৰল  আৰু ন্যাসক আইন উপদেষ্টা প্রবিন দাসে  বিদ্যালয়ৰ মাতৃ গোটলৈআর্থিক অনুদান আগবঢ়োৱা প্ৰচেষ্টাক বিদ্যালয়ৰ অধ্যক্ষা মঞ্জুৰাণী বৰ্মনে শলাগ লয় ৷ আজি অনুষ্ঠিত হোৱা মাতৃগোটৰ এক সভাত অধ্যক্ষাই ভাষণ প্রসঙ্গত কয় যে ছাত্র সকলৰ শৈক্ষিক, মানসিক আৰু বৌদ্ধিক বিকাশত বাবে প্রয়োজনীয় সহায়ৰ বাবে প্ৰাক্তন ছাত্ৰ সকলে কৰা প্ৰচেষ্টা আদৰণীয় শলাগ ল'ব লগীয়া ৷উল্লেখ যোগ্য যে প্ৰাক্তন ছাত্ৰ সকলে ছাত্ৰ সকলৰ উৎকৰ্ষ সাধাৰণ বাবে বিভিন্ন কাম কৰি আহিছে যোৱা দুটা বছৰ কভিড পৰিস্থিতিত কিছু কাম থমকি গৈছিল যদিওঁ পূৰ্বতে কৰা সমুহ আকৌ কৰিবলৈ যেনে খেলৰ সামগ্ৰী প্ৰদানৰ জৰিয়তে শাৰীৰিক বিকাশ বৈদ্ধিক বিকাৰ বাবে শুদ্ধকৈ অসমীয়া হাতৰ আখৰ লিখা প্ৰশিক্ষণ আৰু প্ৰতিযোগিতা সেষ বেঞ্চত বহা ছাত্ৰ সকলক অতিৰিক্ত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদান কৰা ৷ আসমীয়া কাকত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰিক্ষাত প্ৰথম ডিভিজন পৰিক্ষাত সৰ্বাধিক নম্বৰ পোৱা ছাত্ৰ সকলৰ লগতে প্ৰথম বিভাগত সৰ্বাধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ সকলক প্ৰেৰণা বটা প্ৰাদন কৰা ইত্যাদি পূৰ্বতে কৰি অহা লেখত লবলগিয়া কামবোৰ পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনায়।


 শেষত সকলোকে ধন্যবাদ জনাই  শলাগৰ শৰাই আগবঢ়ায় বিষয় শিক্ষক দিপালী বৰাই ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here