৩০ সংখ্যক পশ্চিম জালুকবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 September 2022

৩০ সংখ্যক পশ্চিম জালুকবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আয়োজন

 

W7s news গুৱাহাটী : গুৱাহাটী মহানগৰীৰ পশ্চিম জালুকবাৰী সাৰ্বজনীন শ্ৰী শ্ৰীদুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত  বিগত বছৰৰ দৰে এইবেলিও পহিলা অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ লংকেশ্বৰৰ পূজাস্থলীত ৩০ সংখ্যক দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে ।  আনহাতে দুৰ্গা পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২ ,৩ , ,৪ অক্টোবৰৰ মহাসপ্তমী , মহাষ্টমী আৰু মহানৱমীত আটাইকেইদিনতে  বিয়লিৰ পৰা নিশালৈ ওজাপালি , আৰতি আৰু নাগাৰা নাম পৰিৱেশন কৰা হব ।  আনহাতে পূজাৰ কাৰ্যসূচী  সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সমাজকর্মী ডঃ সত্যেন ৰয়ক সভাপতি , নীলমণি শৰ্মাক  কাৰ্যকৰী সভাপতি , বাসুদেৱ দাস  আৰু  ৰাজীৱ বৰুৱাক সাধাৰণ  সম্পাদক , প্ৰশান্ত তালুকদাৰক  ( মুন )  বিত্ত সম্পাদক হিচাপে লৈ  ৩০  সংখ্যক  পশ্চিম জালুকবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিখন গঠন কৰা হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here