চিটি চেণ্টাৰৰ এক্সক্লুছিভ শ্ব'ৰূমত অ’প্পো এফ২১এছ প্ৰ' চিৰিজ ৫জি মুকলি অভিনেত্রী হিমাক্ষী কলিতাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 September 2022

চিটি চেণ্টাৰৰ এক্সক্লুছিভ শ্ব'ৰূমত অ’প্পো এফ২১এছ প্ৰ' চিৰিজ ৫জি মুকলি অভিনেত্রী হিমাক্ষী কলিতাৰ

 




W7s news গুৱাহাটী: অ’প্পোৱে সকলো গ্ৰাহকৰ বাবে নতুন অপ্পো এফ২১ এছ প্ৰ' চিৰিজৰ ৫জি মোবাইল মুকলি কৰি দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলায়। মহানগৰীৰ জি এছ ৰোডৰ চিটি চেন্টাৰৰ তৃতীয় মহলাত থকা অপ্পো এক্সক্লুছিভ শ্ব’ৰূমত সোমবাৰে অপ্পো এফ২১ এছ প্ৰ' চিৰিজৰ ৫জি স্মার্ট ফোন আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্রী হিমাক্ষী কলিতাই। অনুষ্ঠানত অপ্পোৰ মণ্ডল বিক্রি প্রৱন্ধক আনিশুজ জামান, এলএফআৰ মুৰব্বী সন্দীপ চৌধুৰীকে আদি কৰি অপ্পোৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানটোত বক্তব্য ৰাখি মণ্ডল বিক্ৰী প্ৰৱন্ধক অনিশুজ জামানে কয় যে এফ২১এছ প্ৰ চিৰিজ ৫জি-ৰ অৰ্থ হৈছে এফ শৃংখলাৰ সৈতে সকলো ধৰণৰ উন্নত ডিজাইন আৰু প্ৰযুক্তি প্ৰদান কৰা। এফ২১এছ প্ৰ' চিৰিজ ৫জি বিশেষভাবে চেগমেন্ট ১ম মাইক্ৰ'লেন্স কেমেৰা আৰু ফ্লেগশিপ আইএমএ' ৭০৯ চেন্সৰ এফ২১এছ প্ৰ' চিৰিজ ৫জি স্মার্ট মোবাইল ২২৯৯৯ টকাৰ পৰা আৰম্ভণি হৈছে। শ্ব’ৰূমটোৰ এলএফআৰ মুৰব্বী সন্দীপ চৌধুৰীয়ে লগতে কয় যে এফ২১এছ প্ৰ' চিৰিজ ৫জি ক্ৰয় কৰা গ্ৰাহকে ১০শতাংশ লৈকে কেছবেক লাভ কৰিব লগতে আগশাৰীৰ আইটিআইডিআই, কোটাক আৰু অন্যান্য বেংকৰ পৰা অতি সহজে ছমাহ লৈকে ইএমআইৰ সুবিধ লাভ কৰিব। লগতে অপ্পোৱে মুকলি কৰা (টিডব্লিউএছ) আইএটি সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ লগতে গ্রাহকে লাভ কৰিব আকর্ষণীয় অফাৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here