উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান প্ৰাপ্ত সাধনাৰ ব্যতিক্ৰমী প্ৰয়াস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 September 2022

উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান প্ৰাপ্ত সাধনাৰ ব্যতিক্ৰমী প্ৰয়াস

 


W7s news গুৱাহাটী: উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত প্ৰথম স্থান প্ৰাপ্ত সাধনা দেৱীয়ে গুৱাহাটীস্থ লতাশিল প্ৰাথমিক বিদ্যালয়ত কেবাখনো কিতাপ আগবঢ়ায়। আছুৰ পৰা পোৱা টকাৰে সাধনাই কিতাপ প্ৰদান কৰা বুলি উল্লেখ কৰে। লতাশিল প্ৰাথমিক বিদ্যালয়ত আয়োজিত  এক অনুষ্টুপীয়া  অনুষ্ঠানত শিক্ষক-কৰ্মচাৰী, মাতৃ গোট তথা বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, অভিভাৱকৰ উপস্থিত ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ কিতাপ প্ৰদান কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ কুলদীপ গৌতম শৰ্মাই। উল্লেখযোগ্য যে, কটন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰা সাধনাৰ এই প্ৰচেষ্টাক শিক্ষক-কৰ্মচাৰী গোটে প্ৰশংসা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here