বিনামূলীয়া যোগ চিকিৎসা শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 14 September 2022

বিনামূলীয়া যোগ চিকিৎসা শিবিৰ

 



W7s news গুৱাহাটী : হোজাইৰ কৃষ্ণনগৰ স্পোটিং ইউনাইটেড ক্লাবত উদিতা মহিলা সংগঠনৰ উদ্যোগত আৰু পূৰ্বাঞ্চল মহিলা যোগ ফাউণ্ডেচনৰ সহযোগত  দেওবাৰে এটা বিনামূলীয়া যোগ চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰ পূৰ্বাঞ্চল মহিলা যোগ ফাউণ্ডেচনৰ সভাপতি আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগ চিকিৎসা বিভাগৰ যোগ থেৰাপিষ্ট শিক্তা দেৱ কৰে বন্তি প্ৰজ্জলনেৰে শুভাৰম্ভ কৰি যোগ চিকিৎসা আগবঢ়ায়। যোগ শিবিৰত ফাউণ্ডেচনৰ সদস্য ক্ৰমে মামনী ভট্টাচাৰ্য, সুপৰ্ণা দাস দে, মোমা দাস, নীলাক্ষী দত্ত, ডালিমী শইকীয়া, কৃষ্ণা দাসে যোগ প্ৰশিক্ষণ দিয়ে। এই শিবিৰত ৪০ জনতকৈ অধিক ৰোগীয়ে যোগ চিকিৎসা গ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here