সীতা হৰণ বালী বধ" ভাওনা প্ৰদৰ্শনীৰ আৰম্ভণি অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অংশগ্ৰহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 14 September 2022

সীতা হৰণ বালী বধ" ভাওনা প্ৰদৰ্শনীৰ আৰম্ভণি অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অংশগ্ৰহণ

 





W7s news গুৱাহাটী :অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যােগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ দ্বাৰা পৰিৱেশন কৰা "সীতা হৰণ বালী বধ" ভাওনা প্ৰদৰ্শনীৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে। গুৰু দুজনাই সৃষ্টি কৰা পুৰাতনীয়া ভাওনা সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শনেৰে কটনিয়ানে হাতত লোৱা এই পদক্ষেপ তথা নতুন প্ৰজন্মৰ এই আগ্ৰহ, আন্তৰিকতা আৰু উদ্যম দেখি মন্ত্ৰীগৰাকীয়ে আনন্দিত হোৱা বুলি উল্লেখ কৰি সমূহ কটনীয়ানলৈ শুভেচ্ছা জ্ঞাপন কৰে । মন্ত্ৰী হাজৰীকাই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজক ভৱিষ্যতে নিজৰ অঞ্চলসমূহৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here