গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছ গোটৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 2 September 2022

গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছ গোটৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন

 




W7s news ষ্টাফৰিপোৰ্টাৰ : শৰীৰ আৰু মনক সুস্থ সবল কৰি ৰাখিবলৈ শিক্ষাৰ সচিমান্তৰালকৈ ক্রীড়াও অতিকৈ প্রয়োজনীয়। সেই হেতুকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি ( এন এছ এছ )  গোটৰ  উদ্যোগত  ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ত  ২৯ - ৩১ আগষ্টত বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হয়। এন এছ এছ গোটৰ কাৰ্য্যসূচী বিষয়া ঋতুপৰ্ণ বৰাৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা প্রতিযোগিতাখনিত জেভলিন, ১০০ মিটাৰ  দৌৰ, টেকেলি ভঙা,বেডমিণ্টন আদি বিভিন্ন ধৰণৰ লঘু ক্রীড়া আৰু বহি: ক্ৰীড়া প্রতিযোগিতা অনুষ্ঠিত  হয়। অনুষ্ঠানটোত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক আৰু এন এছ এছ গোটৰ  কাৰ্য্যসূচী সমন্বয়ক  ডঃ  ৰঞ্জন কুমাৰ কাকতিয়ে চমু ভাষণত ছাত্র-ছাত্ৰীসকলক  আগন্তুক দিনত ক্রীড়াৰ জগতখনত আৰু অধিক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here