দিছপুৰ প্ৰেছ ক্লাবৰ ২০২২ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 September 2022

দিছপুৰ প্ৰেছ ক্লাবৰ ২০২২ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা প্ৰদান

 






W7S News: নিউজডেস্ক:  দিছপুৰ প্ৰেছ ক্লাবৰ ২০২২ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটাসমূহ দেওবাৰে (১১ছেপ্তেম্বৰ ২০২২) বিতৰণ কৰা হ'ব অসম গড়কাপ্তানী গৃহ আৰু ৰাষ্ট্ৰীয়  ঘাইপথ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ বিভাগৰ প্ৰেক্ষাগৃহত । উল্লেখ্য যে -  ৰাজ্যখনৰ সাংবাদিকতা , সাহিত্য, সাংস্কৃতিক, ক্ৰীড়া , ৰাজনীতি , সমাজসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা ব্যক্তিসকলক সন্মান জনোৱাৰ উদ্দেশ্যে তথা তেওঁলোকক প্ৰেৰণা দিয়াৰ অৰ্থে  দিছপুৰ প্ৰেছ ক্লাবে বিগত কিছু বছৰ ধৰি এই বাৰ্ষিক বঁটা প্ৰদান কৰি আহিছে । চলিত বৰ্ষত প্ৰেছ ক্লাবে বিভিন্ন শিতানত মুঠ ২৯ জন বিশিষ্ট ব্যক্তিক বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে । উল্লেখ্য যে, উক্ত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে  কৃষি মন্ত্ৰী অতুল বৰা আৰু বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা।


দিছপুৰ প্ৰেছ ক্লাবৰ ২০২২ বৰ্ষৰ বঁটা প্ৰাপকসকল হ'ল ক্ৰমে --


# জীৱনজোৰা সাধনা বঁটা- 

প্ৰশান্ত জ্যোতি বৰুৱা



#   সম্পাদক বঁটা ২০২২

প্ৰণয় বৰদলৈ, মুখ্য-সম্পাদক, ডি এ নিউজ প্লাচ 


#   যুৱ-সম্পাদক বঁটা ২০২২

বিশ্বজিৎ দাস, কাৰ্যবাহী সম্পাদক, অসমীয়া খবৰ 


# সংবাদ গৌৰৱ বঁটা ২০২২

লং সিং টেৰণ, মুখ্য সম্পাদক, থেকাৰ




#   সাংবাদিকতা বঁটা ২০২২


(ক) চেমিম চুলতানা আহমেদ

জ্যেষ্ঠ সাংবাদিক, দৈনিক অগ্ৰদূত


(খ) হেমন্ত মজুমদাৰ

জেষ্ঠ সাংবাদিক, নিয়মীয়া বাৰ্তা


(গ) হেমেন বৰ্মন

জেষ্ঠ সাংবাদিক, অসমীয়া প্ৰতিদিন


(ঘ) সঞ্জয় ৰয়

জেষ্ঠ সাংবাদিক, দ্য আসাম ট্ৰিবিউন


(ঙ)অহিদুৰ ৰহমান খান (বাবা খান ) নিউজ লাইভ 


#  ফটো সাংবাদিকতা বঁটা২০২২

গুনমনি শৰ্মা

জেষ্ঠ ফটো সাংবাদিক

ইউ বি ফটোজ


# ভি ডি ও সাংবাদিকতা  বঁটা ২০২২

বিপুল  মজুমদাৰ,জেষ্ঠ ভিডিও সাংবাদিক, প্ৰতিদিন টাইম


#  ক্ৰীড়া সাংবাদিকতা বঁটা ২০২২

পাৰ্থ চক্ৰবৰ্তী, জেষ্ঠ ক্ৰীড়া সাংবাদিক, দ্য ছেণ্টিনেল


# নিউজ এংকৰ বঁটা ২০২২

হিমাশ্ৰী কলিতা, নিউজ এংকৰ, এন ডি ২৪


#সাংবাদিক সংগঠক কল্যাণ বঁটা  ২০২২

আব্দুল মালেক  আহমেদ, জাফা ( এন কে টিভি )




#  জনহিতৈষী আৰক্ষী বঁটা ২০২২

পাৰ্থ সাৰথি মহন্ত, যুটীয়া আৰক্ষী আয়ুক্ত , কামৰূপ মহানগৰ 


#সমাজহিতৈষী বঁটা ২০২২

শংকৰ দাস , বিশিষ্ট সমাজ সেৱক, গৱেষক পণ্ডিত 



#  জীৱন সঞ্জীৱনী বঁটা ২০২২

- ডা: অচ্যুত চন্দ্ৰ বৈশ্য , অধ্যক্ষ জি এম চি এইচ 


# কৰ্মযোগী বঁটা ২০২২

দিগন্ত কলিতা, বিধায়ক, কমলপুৰ 


# জন সেৱা বঁটা ২০২২

মনোজ শইকীয়া , অধ্যক্ষ , পশুধন আৰু হাঁহ-কুকুৰা পালন নিগম


#  যুৱ ৰাজনীতিক বঁটা ২০২২

গীতাৰ্থ গোস্বামী, সদস্য সচিব, ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদ 


#   উদ্যোগী বঁটা ২০২২-

 প্ৰতাপ শইকীয়া , যুৱ উদ্যোগী


# অভিনেত্ৰী বঁটা ২০২২

 আইমী বৰুৱা ,  জনপ্ৰিয় অভিনেত্ৰী 


# অভিনেতা বঁটা ২০২২

 কমল লোচন

জনপ্ৰিয় অভিনেতা 


# উদীয়মান কণ্ঠশিল্পী বঁটা ২০২২

ৰিচা ভৰদ্বাজ, জনপ্ৰিয় কণ্ঠশিল্পী


# সাহসী বঁটা ২০২২

সিদ্ধাৰ্থ বৰুৱা , বীৰ লাচিত সেনা


#  যুৱ বন্ধু বঁটা ২০২২

অতুল ৰায় , কাৰ্যবাহী পাৰিষদ, কেএচি


# সম্প্ৰীতি বঁটা : আব্দুল হামিদ

              ধৰ্মীয় সংখ্যালঘূ খিলঞ্জীয়া নেতা 


# প্ৰগতি বঁটা ২০২২

এল এচ  মদন

উপ মহাপ্ৰৱন্ধক তথা মণ্ডল বিকাশ অধিকাৰী, এচ বি আই 


# জ্ঞান জ্যোতি বঁটা 

ড° জাকিৰ হুছেইন

সম্পাদক, দৈনিক গণ অধিকাৰ

সঞ্চালক, এন ই এফ আইন মহাবিদ্যালয়

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here