ৰাজ্যপালক কংগ্ৰেছৰ স্মাৰক পত্ৰ প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 13 September 2022

ৰাজ্যপালক কংগ্ৰেছৰ স্মাৰক পত্ৰ প্ৰদান

 




W7s news গুৱাহাটী : দুটা পৃথক পৃথক ঘটনা, ১) নিযুক্তি কেলেংকাৰী সম্পৰ্কত তথ্য দাঙি ধৰি গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা ভিক্টৰ দাস প্ৰসংগ আৰু ২) কৰ্তব্যৰত সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ ওপৰত মাজনিশা সংঘটিত আক্ৰমণৰ ঘটনাৰ নিৰপেক্ষ, উচ্চ-পৰ্যায়ৰ তদন্তৰ বাবে অসমৰ ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটা উচ্চ-পৰ্যায়ৰ প্ৰতিনিধি দলে আজি বিয়লি ৩-৩০ বজাত ৰাজ্যপাল মহোদয়ক দুখন স্মাৰক পত্ৰ প্ৰদান পৃথক স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰাক্তন সাংসদদ্বয় দ্বিজেন শৰ্মা আৰু বলিন কুলী, সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত,উপ-সভানেত্ৰীদ্বয় বালিকা লাহন পেগু আৰু ৰূপা দেউৰী, সম্পাদক ৰফিকুল হুছেইনক লৈ গঠিত দলটোৱে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰি দীৰ্ঘ সময় আলোচনাত মিলিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here