শাৰদীয় দূর্গোৎসৱ উপলক্ষে মামু প্ৰভা কাশ্যপৰ ৰাইজৰ বাবে প্ৰাকৃতিক সম্ভাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 29 September 2022

শাৰদীয় দূর্গোৎসৱ উপলক্ষে মামু প্ৰভা কাশ্যপৰ ৰাইজৰ বাবে প্ৰাকৃতিক সম্ভাৰ

 





W7s news ষ্টাফৰিপোৰ্টাৰ : ক'ভিডৰ সময়ত জীৱন সংগ্ৰাম চলাই সফলতা লাভ কৰা এগৰাকী সংগ্ৰামী উদ্যোগী মামু প্ৰভা কাশ্যপ। নিজ হাতে গঢ়া প্ৰাকৃতিক উদ্যোগটোক তেওঁ আগবঢ়াই নিবলৈ প্ৰতিদিনে সংগ্ৰাম অব্যাহত ৰাখিছে। শাৰদীয় দূর্গোৎসৱ উপলক্ষে তেওঁৰ নিজৰ হাতেৰে কেইবাবিধো প্ৰাকৃতিক সামগ্ৰী ৰাইজৰ বাবে উলয়াই দিছে।মহিলা সৱলীক

ৰণত গুৰুত্ব দিয়া মামু প্ৰভা কাশ্যপৰ আছে কেইবাটাও নতুন পৰিকল্পনা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here