শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিত যোগ শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 14 August 2022

শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিত যোগ শিবিৰ

 


W7s news গুৱাহাটী :  গুৱাহাটী মহানগৰীৰ পল্টন বজাৰস্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ প্ৰেক্ষাগৃহত দেওবাৰে পুৱা স্বচ্ছ ভাৰত স্বস্থ ্ ভাৰত অভিযানৰ অধীনত এক যোগ শিবিৰৰ আয়োজন কৰা হয়। যোগবিদ কুলজিৎ বৰুৱাই প্ৰায় অৰ্ধশতাধিক লোকক যোগ প্ৰশিক্ষণ দিয়ে। আনহাতে গুৱাহাটী পৌৰ নিগমৰ ৩১ নং ৱাৰ্ডৰ পাৰিষদ ৰত্না সিঙে এই কাৰ্যসূচী মুকলি কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here