চানভেলী হাস্পতালৰ আজাদী কা অমৃত মহোৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 14 August 2022

চানভেলী হাস্পতালৰ আজাদী কা অমৃত মহোৎসৱ

 


W7s news গুৱাহাটী :  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে চানভেলী হাস্পতালৰ উদ্যোগত বিনামূলীয়াকৈ মধু মেহ আৰু ৰক্তচাপ পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা ৯ বজাৰ পৰা দিনৰ ১ বজালৈ এই শিৱিৰ অনুষ্ঠিত হ'ব। আনহাতে স্বাধীনতা দিৱস উপলক্ষে ৰোগী সকলৰ বিভিন্ন পৰীক্ষাৰ মুঠ খচৰৰ ২০ শতাংশ ৰেহাই দিয়া হ'ব বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here