স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশেষ ক্ষণত পিয়ুষ হাজৰিকাৰ ৰাজ্যখনৰ বৈদ্যুতিন মাধ্যম আৰু বাতৰি কাকতৰ সম্পাদক আৰু কাৰ্যবাহী সম্পাদকসকলৰ সৈতে সৌজন্যমূলক আলোচনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 August 2022

স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশেষ ক্ষণত পিয়ুষ হাজৰিকাৰ ৰাজ্যখনৰ বৈদ্যুতিন মাধ্যম আৰু বাতৰি কাকতৰ সম্পাদক আৰু কাৰ্যবাহী সম্পাদকসকলৰ সৈতে সৌজন্যমূলক আলোচনা

 




W7s news গুৱাহাটী:  অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীয়ুষ হাজৰিকাই স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশেষ ক্ষণত মঙলবাৰে ৰাজ্যখনৰ বৈদ্যুতিন মাধ্যম আৰু বাতৰি কাকতৰ  সম্পাদক আৰু কাৰ্যবাহী সম্পাদকসকলৰ সৈতে এক সৌজন্যমূলক আলোচনাত মিলিত হয় । মন্ত্ৰী হাজৰিকাই আলোচনাত সাংবাদিক সকলৰ বিভিন্ন সমস্যা সম্পৰ্কে বুজ লোৱাৰ লগতে এখন উমৈহতীয়া সমিতি গঠন কৰি সাংবাদিকসকলৰ সকলো সমস্যা তথা বিষয় লিপিবদ্ধ ৰূপত উপস্থাপন কৰিবলৈ আহ্বান জনায় যাতে চৰকাৰে পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা ল'ব পাৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here