নতুন দিল্লীত বিহু নৃত্যৰ বিকৃত পৰিবেশন সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰীৰ উদ্বিগ্নতা, বিভাগীয় সাংস্কৃতিক সচিবক প্রতিবেদন দাখিলৰ নিৰ্দেশ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 3 August 2022

নতুন দিল্লীত বিহু নৃত্যৰ বিকৃত পৰিবেশন সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰীৰ উদ্বিগ্নতা, বিভাগীয় সাংস্কৃতিক সচিবক প্রতিবেদন দাখিলৰ নিৰ্দেশ

 




W7s news গুৱাহাটী: নতুন দিল্লীৰ পালাম বিমান বন্দৰত ভাৰত ভ্ৰমণলৈ অহা মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্রাহিম মহম্মদ চালিমক আদৰাৰ সময়ত পহিলা ১ আগষ্টত অসমৰ বিহু নৃত্যক বিকৃত ৰূপত পৰিবেশন কৰা কাৰ্য ৰাজ্যৰ সাংস্কৃতিক পৰিক্রমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্ৰী বিমল বড়াৰ দৃষ্টিগোচৰ হৈছে । বিহুগীত আৰু নৃত্যৰ এনে উপস্থাপনত মন্ত্ৰী বড়াই উদ্বেগ প্রকাশ কৰিছে । উল্লেখ্য, মালদ্বীপৰ ৰাষ্ট্ৰপতি গৰাকীৰ আদৰণি অনুষ্ঠানত বিহু নৃত্য পৰিৱেশন কৰা দলটো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা প্ৰেৰিত দল নাছিল। মন্ত্ৰী গৰাকীয়ে ঘটনাটো সন্দৰ্ভত শীঘ্ৰে এক প্রতিবেদন দাখিল কৰিবলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদুৰীক নিৰ্দেশ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here