লোডশ্বেয়াৰ, বাইক'জি আৰু ইভি বুথৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 3 August 2022

লোডশ্বেয়াৰ, বাইক'জি আৰু ইভি বুথৰ সংবাদ মেল

 




W7s news ষ্টাফৰিপোৰ্টাৰ: ইলেক্ট্রিক বাহনৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত লোডশ্বেয়াৰ , বাইক'জি আৰু ইভি বুথে এক সংবাদমেলৰ আয়োজন কৰে ।  সংবাদমেলত লোডশ্বেয়াৰ নেটৱৰ্কৰ ডাইৰেক্টৰ  বিমান দেৱনাথ আৰু জ্যেষ্ঠ মহাপ্ৰবন্ধক অৰ্ণব বৰদলৈয়ে ইলেক্ট্রিক বাহনে পৰিবেশ সংৰক্ষণত কেনেধৰে ভূমিকা গ্ৰহণ কৰে সেই সন্দৰ্ভত সদৰী কৰে । লগতে তেওঁলোকে ইলেক্ট্রিক বাহনৰ গ্ৰাহক সকলক এই তিনিওটা কোম্পানীয়ে কিদৰে সুবিধা আগবঢ়াব সেই বিষয়েও ব্যাখ্যা কৰে । সম্প্ৰতি  ইলেক্ট্রিক বাহনৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ যোগান, চোৱা চিতা কৰা তথা বেটেৰী চার্জিঙৰ সুবিধা গ্ৰাহক কিদৰে লাভ কৰিব সেই বিষয়েও অৱগত কৰে । উল্লেখ্য , বৰ্তমান গুৱাহাটীত স্থাপন কৰা হৈছে ইলেক্ট্ৰনিক বাহনৰ ইভি বুথ । যিয়ে প্ৰায় ৮০ টা  চার্জিঙ ষ্টেচন স্থাপন কৰিছে গুৱাহাটীত ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here