গুৱাহাটীত মুকলি হল উন্নত মানৰ ড্ৰাই ফ্ৰুইটছ হাব - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 22 August 2022

গুৱাহাটীত মুকলি হল উন্নত মানৰ ড্ৰাই ফ্ৰুইটছ হাব

 




W7S News: ষ্টাফৰিপৰ্টৰ: গুৱাহাটী হাতীগাঁওত গ্ৰাহকৰ বাবে মুকলি হল আফগান বাগৱান ড্ৰাই ফ্ৰুইটছ হাব নামে উন্নত মানৰ বিদেশী শুকান ফলৰ বিপনী। যত উপলব্ধ হব পাকিস্তান, আফগানিস্তান, চৌদি আৰব, তুৰ্কী, ইজিপ্ত আদি দেশৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাই ফ্ৰুইটছ।

বিপনী খনৰ স্বত্বাধিকাৰী ক্ৰমে অমন খান আৰু জীয়া খানে জানিবলৈ দিয়ে যে , অসম তথা উত্তৰপূৰ্বাঞ্চলৰ প্ৰথমখন এনে এক বিপনী যত কম মূল্যত উন্নত মানৰ বিদেশৰ ড্ৰাই ফ্ৰুইটছৰ সোৱাদ লব পাৰিব গ্ৰাহকে।

লগতে জনায় যে বৰ্তমান বিপনী খনত প্ৰায় আঢ়ৈশৰো অধিক প্ৰকাৰৰ ড্ৰাই ফ্ৰুইটছ উপলব্ধ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here