ভাৰত ভূষণ দেৱ চৌধুৰীক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 18 August 2022

ভাৰত ভূষণ দেৱ চৌধুৰীক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি

W7s news গুৱাহাটী: ৰাজ্য চৰকাৰে আজি ভাৰত ভূষণ দেৱ চৌধুৰীক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে। বৰ্তমান তেওঁ অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উল্লেখ্য, প্ৰথম বাৰৰ বাবে অসম অসামৰিক সেৱাৰ পৰা অহা (বৰ্তমান ভাৰতীয় প্ৰশাসনিক সেৱালৈ মনোনীত) ব্যক্তি এগৰাকীয়ে উক্ত পদবীত নিযুক্তি লাভ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here