W7s news গুৱাহাটী: আগন্তুক ২১ আগষ্টত অনুষ্ঠিত হ'বলগীয়া ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাচনি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া বিশেষভাবে সক্ষম পৰীক্ষাৰ্থীসকলক কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে যদিহে পৰীক্ষাত অৱৰ্তীণ হ'বৰ বাবে তেওঁলোকৰ SCRIBE ৰ প্ৰয়োজন আছে, তেন্তে তেওঁলোকে তলত উল্লেখিত কামৰূপ মহানগৰ জিলাৰ যি কোনো এজন ন'ডেল বিষয়াৰ লগত যোগাযোগ কৰিব লাগিব -
১) ড° ধ্ৰুৱজ্যোতি হাজৰিকা, অতিৰিক্ত উপায়ুক্ত, কামৰূপ মহানগৰ জিলা, দুৰভাষ -৯৪৩৫১-৯৭১৭০
(94351-97170)
২) হেমন্ত কুমাৰ দত্ত, সহকাৰী আয়ুক্ত, কামৰূপ মহানগৰ জিলা দুৰভাষ - ৯৯৫৪১-৫৩৮৫৯ (99541-53859)
No comments:
Post a Comment