ওদালগুৰিত ১৮- ৫৯ বছৰ বয়সীয়া সকলৰ বাবে কভিড ১৯ প্ৰতিষেধকৰ সতৰ্কতাসূচক পালি আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 July 2022

ওদালগুৰিত ১৮- ৫৯ বছৰ বয়সীয়া সকলৰ বাবে কভিড ১৯ প্ৰতিষেধকৰ সতৰ্কতাসূচক পালি আৰম্ভ

 



W7s news ষ্টাফৰিপোৰ্টাৰ : আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজিৰ পৰা আৰম্ভ হ'ল ১৮ ৰ পৰা ৫৯ বছৰ বয়সৰসকলৰ বাবে কভিড ১৯ প্ৰতিষেধকৰ সতৰ্কতাসূচক পালি। ওদালগুৰিটো স্বাস্থ্য বিভাগৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত  ১৮ - ৫৯ বছৰ বয়সৰ লোক সকলক বিনামূলীয়াকৈ এই  সতৰ্কতাসূচক পালি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।  শুভাৰম্ভণিৰ দিনটোত ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ত স্থাপন কৰা বিশেষ প্ৰতিষেধক কেন্দ্ৰত ওদালগুৰি জিলাৰ উপায়ুক্ত ডা° পি উদয় প্ৰৱীনৰ লগতে কাৰ্যালয়টোৰ বহু বিষয়া- কৰ্মচাৰীয়ে কভিডৰ  সতৰ্কতামূলক পালি গ্ৰহণ কৰে। একেদৰে আজিৰ দিনটোত ওদালগুৰিৰ স্বাস্থ্য বিভাগে জিলা খনৰ ৪৫ টা প্ৰতিষেধক কেন্দ্ৰত কভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here