অৰ'চ মলত 'কিউমিন কেফে' মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 July 2022

অৰ'চ মলত 'কিউমিন কেফে' মুকলি

 


W7s news গুৱাহাটী: গুৱাহাটীৰ জি এছ  ৰোডৰ ছুপাৰ মাৰ্কেটৰ অ'ৰচ মলত শুকুৰবাৰে 'কিউমিন কেফে' নামৰ এখন অত্যাধুনিক কেফে মুকলি কৰা হয়। এই সম্পৰ্কে ইণ্ডিয়ান হোটেলছ কোম্পানী(আই এইছ চি এল)ৰ ক্লাষ্টাৰ মহাপ্ৰবন্ধক জয়ন্ত দাসে কয়-এইখন আমাৰ সমগ্র দেশত থকা কেফেৰ ভিতৰত ১৭ নম্বৰ কেফে। এইখন উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন কিউমিন কেফে য'ত মহানগৰ বাসীয়ে  বিভিন্ন সু-স্বাদু খাদ্যৰ জুতি ল'ব পাৰিব। আমি খাদ্যৰ গুণগত মানত অধিক গুৰুত্ব আৰোপ কৰিছোঁ। লগতে মহানগৰ বাসীয়ে এক সুন্দৰ পৰিবেশত উন্নত মানৰ চাহ, কফি, কোল্ড কফি, বিভিন্ন ৰোল, সুস্বাদু কেক আদিৰ জুতি ইয়াত লব পাৰিব। মহানগৰ বাসীয়ে কিডমিন কেফে আদৰি লব বুলি আমি আশা প্ৰকাশ কৰিলোঁ।' মুকলি অনুষ্ঠানত কিউমিন কেফেৰ অন্যান্য  বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here