ভৱতাৰণ দাস উপপথৰ শুভ উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 17 July 2022

ভৱতাৰণ দাস উপপথৰ শুভ উদ্বোধন

 




W7s news গুৱাহাটী : গুৱাহাটী পৌৰ নিগমৰ ৩০ নং ৱাৰ্ডৰ পাৰিষদ বিনীতা দত্ত চৌধুৰীয়ে দেওবাৰে ৰিহাবাৰী অঞ্চলৰ ভৱতাৰণ দাস উপপথৰ শুভ উদ্বোধন উদ্বোধন কৰে। এই উপ পথটো অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, লেখক, সমাজকর্মী প্ৰয়াত ভৱতাৰণ দাসৰ নামেৰে নামাকৰণ কৰা হৈছে। এই অনুষ্ঠানত প্ৰয়াত ভৱতাৰণ দাসৰ পত্নী জয়মতী দাস, ৰিহাবাৰী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱ শৰ্মাৰ লগতে ৰাজ্যিক বিজেপি আৰু মহাগৰ বিজেপিৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here