চানমাৰি ছাত্ৰ সন্থাৰ উদ্যোগত কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 3 July 2022

চানমাৰি ছাত্ৰ সন্থাৰ উদ্যোগত কৰ্মশালা

 


W7s news গুৱাহাটী: চানমাৰি ছাত্ৰ সন্থাৰ উদ্যোগত  আই এম এছ ৰ সহযোগত কেৰিয়াৰ কাউঞ্চিঙৰ ,গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশলা, তৰ্ক আৰু আকস্মিক বক্তৃতা ৰ কৰ্মশলাৰ আয়োজন কৰা হৈছে। এই বিষয়ে সবিশেষ জানিবলৈ আগ্ৰহীসকলে 

চানমাৰি ছাত্ৰ সন্থাৰ কাৰ্যালয়, আনন্দৰাম বৰুৱা উৰণীয়া সেতুৰ তলত, জি এম চি মাৰ্কেটত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে অনুৰোধ জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here