গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা আৰু ইয়াৰ স্থায়ী সমাধানৰ দাবীত এন চি পি দলৰ প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 4 July 2022

গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা আৰু ইয়াৰ স্থায়ী সমাধানৰ দাবীত এন চি পি দলৰ প্ৰতিবাদ

 



W7s news গুৱাহাটী: গুৱাহাটীৰ দীঘলীপুখুৰীপাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা আৰু ইয়াৰ স্থায়ী সমাধানৰ দাবীত এন চি পি দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰক, নলা-নৰ্দমাৰ জাৱৰ নিষ্কাষণৰ সু-ব্যৱস্থা কৰক আদি শ্লোগান দিয়ে। এই কাৰ্যসূচীত অসম ৰাজ্যিক এন চি পিৰ সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰী, গুৱাহাটী মহানগৰ জিলা এন চি পিৰ ভাৰপ্ৰাপ্ত সভাপতি হুচেন আৰা বেগম, সাধাৰণ সম্পাদক নগেন লুংঠুলু ৰ লগতে বহু সংখ্যক সদস্যই অংশ গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জড়িয়তে বান সমস্যা ৰোধৰ বাবে গুৱাহাটী মহানগৰ জিলা পৌৰ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here