প্ৰমোদ তালুকদাৰ বৃদ্ধাৱাসৰ ১০৭ বছৰীয়া আইতা অসুস্থ সুভদ্ৰা দেৱী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 July 2022

প্ৰমোদ তালুকদাৰ বৃদ্ধাৱাসৰ ১০৭ বছৰীয়া আইতা অসুস্থ সুভদ্ৰা দেৱী

 



W7s news নিউজ ডেস্ক: প্ৰমোদ তালুকদাৰ বৃদ্ধাৱাসৰ ১০৭ বছৰীয়া আইতা সুভদ্ৰা দেৱী  অসুস্থ হৈ আছে  । অসমবাসীৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছে বৃদ্ধাবাসৰ প্ৰতিজন আবাসীৰ লগতে কৰ্মকৰ্তা সকলে। বাৰ্ধক্য জনিত কাৰণত তেওঁ অসুস্থ হৈ পৰিছে যদিও আৱসৰ কৰ্মকতা সকলে তেওঁৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি চোৱা চিতা কৰি আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here