গুৱাহাটী প্ৰেছ ক্লাৱত কবিতা সংকলন উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 17 July 2022

গুৱাহাটী প্ৰেছ ক্লাৱত কবিতা সংকলন উন্মোচন

 

W7s news গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে ৰঞ্জুলা শৰ্মাৰ কবিতা সংকলন 'সপোন সৰাৰ সময়ত'

 উন্মোচন কৰা হয়। কবিতা সংকলন খন উন্মোচন কৰি লেখিকা ৰেহানা হুছেইনে কয়-মানুহে মনৰ দুখ আঁতৰালৈ সৃষ্টিশীল কৰ্মত নিয়োজিত হৈ থাকিব লাগে। সাহিত্য চৰ্চাৰ মাজেৰে নিজৰ দুখ পাহৰি থাকিব পাৰি। মই বিগত ৩৮ বছৰ ধৰি লিখি আছোঁ। ইয়াৰ মাজতে সুখ বিচাৰি পাওঁ। লেখিকাই দুখক শক্তিলৈ ৰূপান্তৰ কৰক। তেওঁৰ কলম যাতে থমকি নৰয় তাৰে আশা প্ৰকাশ কৰিলোঁ।'


মন মৰমী মহন্তই আঁত ধৰা সভাখনত লেখিকাই প্রথমখন কাব্য সংকলনৰ বিষয়ে চমুকৈ কয়। সভাৰ আৰম্ভণিতে ৰূপাঞ্জলি বৰুৱাই বৰগীত পৰিবেশন কৰে। সভাত বহু সংখ্যক লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here