কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো সোণৰ পদক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 30 July 2022

কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো সোণৰ পদক

 





W7s news নিউজডেস্ক:  ৰেকৰ্ড সৃষ্টিৰে কমনৱেলথ গেমছত মীৰাবঈ চানুৱে লাভ কৰিলে স্বর্ণ পদক। ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত এই পদক দখল কৰিলে মীৰাবাঈ চানুৱে। বাৰ্মিংহামত উজলি উঠিল উত্তৰ-পূৰ্বাঞ্চলৰ সন্তান।মীৰাবঈ সাফল্যই দেশবাসীক পুনৰবাৰ গৌৰৱাম্বিত কৰিলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here