ইণ্টেলেক্সুৱেল ডিচেৱিলিটি খেলুৱৈৰ বাবে অষ্ট্ৰেলিয়াত প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 30 July 2022

ইণ্টেলেক্সুৱেল ডিচেৱিলিটি খেলুৱৈৰ বাবে অষ্ট্ৰেলিয়াত প্ৰতিযোগিতা

 



 W7s news গুৱাহাটী : অষ্ট্ৰেলিয়াত আগন্তক ৫ নৱেম্বৰৰ  পৰা ১২ নবেম্বৰলৈ অনুষ্ঠিত হ'ব লগীয়া ২০২২ Virtus Oceania Asia (OA) Regional Multisport Championship ত ইণ্টেলেক্সুৱেল ডিচেৱিলিটি( Intellectual Disability) খেলুৱৈ সকলে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাবলৈ সুবিধা পাব। যদি কোনো ইণ্টেলেক্সুৱেল ডিচেৱিলিটি (Intellectual Disability) খেলুৱৈয়ে অংশ গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে তেনেহলে দীপেন ৰাজকুমাৰক ৪ আগষ্টৰ ভিতৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here