কলাক্ষেত্ৰত অভিনয়াৰ শিশুনাট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 30 July 2022

কলাক্ষেত্ৰত অভিনয়াৰ শিশুনাট

 


 


W7s news ষ্টাফৰিপোৰ্টাৰ: বিগত এমাহজোৰা নৃত্য-গীত আৰু অভিনয়ৰ কৰ্মশালাৰ অন্তত  ২ আগষ্টত 'অভিনয়া- জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰ‌'ই নিবেদন কৰিব দুখন শিশুনাট- হাবিব তনবীৰ ৰচিত "চৰণ দাস চোৰ" আৰু অঞ্জন ভূঞাৰ "গোহালী ঘৰৰ দূৰদৰ্শন"। দুয়োখন নাটৰ পৰিচালনা সঞ্জীৱ বুঢ়াগোহাঁইৰ। ২ আগষ্টৰ বিয়লি ৫.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত নাট দুখনি মঞ্চস্থ কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here