চুনচালি ৰাজহুৱা শ্মশান কালী মন্দিৰত সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 9 July 2022

চুনচালি ৰাজহুৱা শ্মশান কালী মন্দিৰত সভা

 



W7s news গুৱাহাটী:


নুনমাটি অঞ্চলৰ চুনচালি নিজৰা বাবা মন্দিৰত শনিবাৰে এখন সভা অনুষ্ঠিত হয় । সমিতিৰ সভাপতি মৃগেন শৰনীয়াই সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক চিন্তু কলিতাই । আদৰণি ভাষণ আগবঢ়ায় মন্দিৰ প্ৰতিষ্ঠাতা তথা মুখ্য পুৰোহিত আৰু সমিতিৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ দেৱশৰ্মাই । সভাত উপস্থিত থাকি উপদেষ্টা ক্ৰমে ৰিপুন ভূঞা, নৰেন ৰয়, পাৰিষদ মনোজ কুমাৰ নাথ,কাৰ্যকৰী সভাপতি পৰেশ কলিতাই বক্তব্য ৰখাৰ পিচত সভাপতি তথা পৌৰনিগমৰ পৌৰপতি মৃগেন শৰনীয়াই তেওঁৰ বক্তব্যত পৰ্যায়ক্ৰমে মন্দিৰ তথা শ্মশান খনৰ উন্নতি কৰাৰ মত পোষণ কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here