চিটি চেণ্টাৰৰ এক্সক্লিউভি শ্ব'ৰূমত অপ' ৰেণো ৮ চিৰিজ ৫জি স্মার্ট ফোন মুকলি অভিনেত্রী লোণিশ্রী দাসৰ - W7S News

Breaking News

demo-image

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 19 July 2022

demo-image

চিটি চেণ্টাৰৰ এক্সক্লিউভি শ্ব'ৰূমত অপ' ৰেণো ৮ চিৰিজ ৫জি স্মার্ট ফোন মুকলি অভিনেত্রী লোণিশ্রী দাসৰ

Responsive Ads Here

 



W7s news গুৱাহাটী:  অপেক্ষাৰ অন্ত পৰিল । বজাৰলৈ আহিল আগশাৰীৰ স্মার্ট ফোন নির্মাতা অপ'ৰ ৰেণো ৮ চিৰিজৰ ৫জি স্মাৰ্ট ফোন। মহানগৰীৰ চিটি চেন্টাৰৰ অপ এক্সক্লিউছিভ শ্ব’কমত আজি অপ” ৰেণো ৮ চিৰিজৰ ৫জি স্মার্ট ফোন আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্রী লোণিশ্রী দাসে। অপ ৰেগো ৮ চিৰিজৰ ৫জি স্মার্ট ফোন মুকলি অনুষ্ঠানত উপস্থিত থাকে অপৰ মাগুলিক বিক্ৰীপ্ৰৱন্ধক আনিছুজ জামান, শ্ব'ৰূমৰ এলএকআৰ মূৰব্বীসন্দীপ চৌধুৰীকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি। ৰেণো স্মাৰ্ট ফোন মুকলি কৰি অভিনেত্ৰী লোণিশ্রী দাসে কয় যে অপ” স্মার্ট ফোন এতিয়া সকলোৰে এক সপোনৰ স্মাৰ্ট কোন হৈ পৰিছে। সকলো ক্ষেত্ৰতেই শীর্ষ স্থানত আছে অপ স্মার্ট ফোন। অপ' ৰেণো ৮ প্ৰীত উপলব্ধ হৈছে মেৰি চিলিকন এক্স ইমাজিন এনপিইউ, ৪কে আলট্রা নাইট ভিডিঅ’. ডাইমেনচিটি ৮১০০-ফো, ৮০বাটৰ চুপাৰভিইউচি, ৪ বছৰৰ অতিৰিক্ত দীৰ্ঘম্যাদী বেটাৰী আৰু ১২০ হার্জ ৰিজে ৰেট। যুৱক যুৱতী তথা মহিলা আৰু কৰ্মৰত পেচাদৰী লোকসকলৰ বারে এয়া এক সঠিক স্মার্ট ফোন। উত্তৰ-পূবৰ বাৰত এই স্মার্ট ফোনে বিশেষভাৱে বজাৰ দখল কৰিব বুলি আশা প্রকাশ কৰে। ইপিনে অনুষ্ঠানটোত মাগুলিক বিক্ৰী প্ৰবন্ধক কয় যে ৰেণো ৮ প্ল'ৰ অৰ্থ হৈছে সকলো শৃঙ্গলাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা। ৰেণো স্মাৰ্টফোনত উপলব্ধ হৈছে অত্যাধুনিক ডিজাইন আৰু অত্যাধুনিক প্রযুক্তি। ৰেণো ৮-প্ৰী দুটা শাখাত মুকলি হৈছে। এটা ৰেণো ১০) ৫জি আৰু এটা ৮-৫জি। বেলো ৮প্রীবিশেষভাবে ডুবেল চিটছ চেট মাৰি চিলিকন এক্স ইমেজিং এণ্ড পি ইউ বুলি জনাজাত। আজিৰে পৰা এই স্মার্ট ফোন বজাৰত মুকলি হৈছে। বেগো - প্ৰ' ৪৫৯৯৯/- টকাৰ পৰা বজাৰত উপলব্ধ হ'ব। বুচুৰা বিপনীসমূহত অহা ২৫ জুলাইৰ পৰা উপলব্ধ হ'ব এই স্মার্ট ফোন। একেদৰে ৰেলো ৮ ৫জি স্মার্ট ফোন বজাৰত উপলব্ধ হ'ব। ২৯৯৯৯/- টকাৰ পৰা।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *