এইচ.ডি .এফ.চি . বেংকৰ প্ৰথম ত্ৰিমাসিক ফলাফল : বিগত বৰ্ষৰ প্ৰথম ত্ৰিমাসিকতকৈ ১৯ শতাংশ লাভ বৃদ্ধি, লাভৰ পৰিমাণ ৯১৯৬ কোটি টকা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 July 2022

এইচ.ডি .এফ.চি . বেংকৰ প্ৰথম ত্ৰিমাসিক ফলাফল : বিগত বৰ্ষৰ প্ৰথম ত্ৰিমাসিকতকৈ ১৯ শতাংশ লাভ বৃদ্ধি, লাভৰ পৰিমাণ ৯১৯৬ কোটি টকা

 


W7s news গুৱাহাটী,  এইচ ডি এফ চি বেংক লিমিটেডে আজি চলিত বিত্তীয় বৰ্ষৰ অন্তত ৩০ জুন ২০২২ ৰ প্ৰথম ত্ৰিমাসিকৰ ফলাফল ঘোষণা কৰে ১২,৯৮৪.১ কোটি টকা কৰ পৰিশোধ কৰাৰ পাচত বেংকৰ লাভৰ পৰিমাণ ৯,১৯৬.০  কোটি টকা । যিটো বিগত বৰ্ষৰ তুলনাত ১৯ শতাংশ বৃদ্ধি হৈছে ।

চলিত বছৰৰ ৩০ জুনত বেলেঞ্চিতৰ পৰিমাণ ২,১০৯৭৭২ কোটি টকা ইয়াৰ বিপৰীতে বিগত বৰ্ষৰ ৩০ জুনত এই মূল্য আছিল ১৭,৫৩,৯৪১ কোটি টকা, বৃদ্ধিৰ হাৰ ২০.৩ শতাংশ । ২০২২ ত ৩০ জুনত মুঠ ডিপজিত ১,৬০৪,৭৬০ কোটি টকা, ২০২১ ৰ ৩০ জুনত কৈ ১৯.২ শতাংশ বৃদ্ধি ।২০.১শতাংশ  বৃদ্ধিৰ সৈতে চেভিংছ একাউন্টত ৫১৪,০৬৩ কোটি টকা আৰু কাৰেন্ট একাউন্টত  ডিপজিত২২০.৫৮৪  কোটি টকা । সুতৰ পৰিমাণ  ২০২১ ৰ ৩০ জুনত ত্ৰিমাসিকৰ ১৭,০০৯ কোটি টকাৰ তুলনাত চলিত ২০২২ চনৰ ৩০ জুনত  ত্ৰিমাসিকত ১৯,৪৮১.৪  কোটি টকালৈ বৃদ্ধি হৈছে । এই বৃদ্ধিৰ পৰিমাণ ১৪.৫ শতাংশ । এইচ ডি এফ চি বেংক লিমিটেডে শেহতীয়া ১২ মাহত ৭২৫ টা শাখা আৰু ২৯,০৩৮ জন কৰ্মচাৰী সংযোগ কৰিছে, আৰু এই ত্ৰিমাসিকত ৩৬টা শাখা আৰু ১০,৯৩২ জন কৰ্মচাৰী সংযোগ কৰিছে । ২০২২ চনৰ ৩০ জুনলৈ বেংকৰ নেটৱৰ্কত ৩,২০৩  খন নগৰ, চহৰত  ৬,৩৭৮  টা শাখা আৰু ১৮,৬২০টা এটিএম/ কেছ ডিপজিত আৰু উইদৰ' মেচিন আছে । ইয়াৰ বিপৰীতে ২০২২ চনৰ ৩০ জুনত ২,৯১৭  নগৰ, চহৰত ১৬,২৯১  এটিএম/ কেছ ডিপজিত আৰু উইদৰ' মেচিন, ৫,৬৫৩ টা শাখা আছিল ।বেচেল ৩ গাইডলাইন অনুসৰি বেংকৰ মুঠ কেপিটেল এডিকেচি ৰেচিঅ'  ২০২২ চনৰ ৩০ জুনত ১৮.১ শতাংশ আছিল (৩০ জুন, ২০২১ ত ১৯.১%) ইয়াৰ বিপৰীতে ৰেগুলটাৰী ৰিকোৱাৰমেন্ট ১১.৭% যাৰ ভিতৰত কনজাৰভেচন ৱাফাৰ ২.৫%, আৰু  অতিৰিক্ত প্ৰয়োজনীয়০.২ % বেংকে Domestic Systemically Important Bank (D-SIB) হিচাপে চিহ্নিত কৰিছে। ৩০জুন, ২০২২ত মুঠ আগঠনৰ মুঠ Non performing assests ০.৩৫% । ৩০ জুন, ২০২২ ত্ৰিমাসিকত মুঠ লাভৰ পৰিমাণ৯,৫৭৯ কোটি টকা ২০২১, জুন ৩০ তকৈ২০.৯ % শতাংশ অধিক। consolidated advences ৩০জুন, ২০২১ ৰ ১,১৯৭,৮৭৬ কোটি টকাৰ পৰা ৩০, জুন ২০২২ ত ১,৪৪৮,১১১ লৈ ২০.৯  % শতাংশ বৃদ্ধি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here