৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২০ ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 July 2022

৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২০ ঘোষণা

 





বিজেতা সকলোলৈকে অভিনন্দন মুখ্যমন্ত্ৰীৰ



W7s news নিউজ ডেস্ক: 

৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২০ শুকুৰবাৰে ঘোষণা কৰা হয়। এই বঁটাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে  গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । কৃপাল কলিতা ( ব্ৰীজ : শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজতকমল বঁটা ) ,আইমী বৰুৱাৰ ( চেমখৰ : শ্ৰেষ্ঠ ডিমাছা ছবিৰ ৰজতকমল আৰু অভিনয়ৰ বাবে জুৰীৰ বিশেষ বঁটা আইমী বৰুৱা, খঞ্জন কিশোৰ নাথৰ

'কাচিচিনীথু'( The Boy with a Gun : শ্ৰেষ্ঠ চুটি ছবিৰ ৰজতকমল বঁটা )  দ্বীপ ভূঞাৰ  ( মানস আৰু মানুহ : শ্ৰেষ্ঠ পৰিবেশমূলক ছবিৰ ৰজতকমল বঁটা ) হাওবাম পৱন কুমাৰৰ ( পাবুঙ শ্যাম : শ্ৰেষ্ঠ জীৱনীভিত্তিক ছবিৰ ৰজতকমল বঁটা ), কামাখ্যা নাৰায়ণ সিঙৰ জাষ্টিছ ডিলেইড বাত ডেলিভাৰড

( Justice Delayed but delivered :)শ্ৰেষ্ঠ সামাজিক বিষয়ৰ ছবিৰ ৰজতকমল বঁটা ) লাভ কৰে। বঁটা প্ৰাপক সকলক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here