জ্যোতি-বিষ্ণুৰ কৰ্মশালাৰ সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 July 2022

জ্যোতি-বিষ্ণুৰ কৰ্মশালাৰ সামৰণি

 





W7s news গুৱাহাটী- পূব গুৱাহাটী বিহু সম্মিলনৰ প্রেক্ষাগৃহত ১৯ জুলাইৰ পৰা অনুষ্ঠিত হোক চাৰিদিনীয়া জ্যোতি-বিষ্ণুৰ গীত কর্মশালৰ শুকুৰবাৰে সফল সামৰণি হয়। এই কর্মশালাত-মুখ্য প্রশিক্ষক হিচাপে থাকি আলেখ্য চক্রবর্তীয়ে প্রায় শতাধিক জন ছাত্র-ছাত্রীক গীতৰ প্রশিক্ষণ দিয়ে।  সামৰণি অনুষ্ঠানত প্রশিক্ষার্থী সকলক সন্মিলনৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ দিয়া হয়। এই অনুষ্ঠানত সম্মিলনৰ সভাপতি বিপুল তালুকদাৰে ছাত্র-ছাত্রীর উজ্জ্বল ভন্নিষ্যত কামনা কৰাৰ লগতে সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই অনাগত দিনত এনে ধৰণৰ ক্ষেত্রত সম্মিলনে সদায় প্রচেষ্টা আগবঢ়াই যার বুলি কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here