দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়ৰ নামভৰ্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 11 July 2022

দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়ৰ নামভৰ্তি

 



গুৱাহাটীত আছুৰ পৰামর্শ কেন্দ্র




W7s news গুৱাহাটী : দিল্লী বিশ্ববিদ্যালয়ৰ অন্তর্গত মহাবিদ্যালয় সমূহত নামভৰ্তি কৰিব বিচৰা ছাত্র-ছাত্রী সকলক পৰামর্শ আগবঢ়োৱাৰ বাবে সদেী গুৱাহাটী ছাত্র সন্থাই নতুন দিল্লীৰ সদৌ অসমীয়া ছাত্র সংস্থাৰ সহযোগত উজান বজাৰস্থিত শ্বহীদ ন্যাস ভৱনত এটা পৰামর্শ কেন্দ্র স্থাপন কৰিছে। সোমবাৰে যথেষ্ট সংখ্যক অভিভাবক আৰু ছাত্র-ছাত্রীয়ে এই পৰামর্শ কেন্দ্ৰত পৰামৰ্শ গ্ৰহণ কৰে । দিল্লী বিশ্ববিদ্যালয়ৰ অন্তর্গত বিভিন্ন মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ যোৱা ছাত্র- ছাত্ৰী আৰু অভিভাৱকে  বিভন্ন অসুবিধাৰ সন্মুখীন হোৱালৈ লক্ষ্য ৰাখি এই পৰামর্শ কেন্দ্র স্থাপন কৰা হয়। কাইলৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ এই পৰামৰ্শ কেন্দ্রত পৰামর্শ আগবঢ়োৱা হ'ব বুলি সদেী গুৱাহাটী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নয়ন জ্যোতি নাথে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here