এপল আই অ' এছ প্লেটফৰ্মত ইণ্টেৰিঅ'ৰ্ছ ছলিউচন তাৎক্ষণিকভাৱে লাভ কৰিব নিৰ্মাণ আৰু ইণ্টেৰিঅ'ৰে জড়িত তথ্য - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 11 July 2022

এপল আই অ' এছ প্লেটফৰ্মত ইণ্টেৰিঅ'ৰ্ছ ছলিউচন তাৎক্ষণিকভাৱে লাভ কৰিব নিৰ্মাণ আৰু ইণ্টেৰিঅ'ৰে জড়িত তথ্য

 


W7s news গুৱাহাটী: প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ সপোনক গতি প্ৰদানৰ লক্ষ্যৰে ৫ মাহ পূর্বে মুকলি কৰা হৈছিল ইণ্টেৰিঅ'ৰ্ছ ছলিউচন নামৰ এটা ম'বাইল এপ। এপটোৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া এপল আই অ' এছ প্লেটফৰ্মত উপলব্ধ হৈছে ইণ্টেৰিঅ'ছ ছলিউচনৰ সুবিধা। সোমবাৰে গুৱাহাটীত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই কথা ঘোষণা কৰা হয়। ইণ্টেৰিঅ'ৰ্ছ ছলিউচন এপটোত নিৰ্মাণ আৰু ইণ্টেৰিঅ'ৰেৰে জড়িত সকলো তথ্য এটা ক্লিকতে উপলব্ধ হ'ব। ইণ্টেৰিঅ'ৰ্ছ ছলিউচন এপটোৱে প্ৰখ্যাত স্থপতিবিদ, বিল্ডাৰ আৰু বহুকেইগৰাকী ইণ্টেৰিঅ'ৰ ডিজাইনাৰক সামৰি লৈছে।

এপল আই অ' এছ প্লেটফৰ্মত ইণ্টেৰিঅ'ৰ ছলিউচন এপটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে আশিস জালান, গৌৰৱ পানচাৰি, সন্তোষ বাংকা, অমিতাভ শৰ্মা, অৰূপ কুমাৰ দাস, বুধিন বৰঠাকুৰ, ৰিতুল শৰ্মা, আশিস আগৰৱাল, বাসৱী ঘোষ, দীপজ্যোতি বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here