অভিনেতা কিশোৰ দাসৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 July 2022

অভিনেতা কিশোৰ দাসৰ মৃত্যু

 






 W7s news ষ্টাফৰিপোৰ্টাৰ:অভিনেতা কিশোৰ দাসৰ শুকুৰবাৰে নিশা ৩-১৮ বজাত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। তেওঁ চেন্নাইৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা কিশোৰ দাস। গুৱাহাটীৰ হেলথ চিটি হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়া হৈছিল অভিনেতাগৰাকীক।শেহতীয়াকৈ ক'ভিডতো আক্ৰান্ত হৈছিল অভিনেতাগৰাকী। চিকিৎসাধীন অৱস্থাতে  তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰে। উল্লেখ্য, কিশোৰ দাস অভিনীত অন্তিমখন চলচ্চিত্ৰ 'দাদা তুমি দুষ্ট বৰ' ২৪ জুনত মুক্তি লাভ কৰিছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here