ছিগালৰ নতুন নাটক "ডান্সিং মিজাৰেবলি" - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 July 2022

ছিগালৰ নতুন নাটক "ডান্সিং মিজাৰেবলি"

 



W7s news গুৱাহাটী:  বিশিষ্ট নাট্য সংগঠন ছিগাল"এ  ৩১ জুলাই আৰু পহিলা আগষ্টত নিবেদন কৰিব বৰ্ষা বাহাৰ ৰচিত আৰু পৰিচালিত নাটক "ডান্সিং মিজাৰেবলি"। ১৯৯০ চনত প্ৰতিষ্ঠিত ছিগালে আঢ়ৈকুৰিৰো অধিক নাটক মঞ্চস্থ কৰিছে যদিও ইংৰাজী ভাষাত এইখনেই হ'ব প্ৰথম নাট্য প্ৰযোজনা।নিতৌ সন্ধিয়া ৬.৩০ বজাত হবলগীয়া এই নাটখনিত সংগীতৰ দায়িত্বত আছে আৰ্যমান চৌধূৰী,মঞ্চসজ্জাত গৌৰাঙ্গ নাৰায়ণ দেৱ আৰু পোহৰৰ দায়িত্বত আছে যশস্বী নাট্যশিল্পী ভাগীৰথী বাই।ৰাধাগোবিন্দ বৰুৱা পথৰ জুৰনি পথস্থিত ছিগাল ষ্টুডিওত মঞ্চস্থ লবলগীয়া এই নাটখনত অভিনয় কৰা যুৱ প্ৰজন্মৰ শিল্পীসকল হৈছে -শ্বাস্বতী  ভট্টাচাৰ্য্য, উন্মীলন কলিতা,গৌৰাঙ্গ নাৰায়ণ দেৱ, জুৰীণ মহন্ত, প্ৰজ্ঞাৰাণী ৰাজখোৱা, দেৱ শংকৰ নাথ আৰু অভিনন্দিতা গগৈ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here