ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কলা শাখাত শীৰ্ষ দহটা স্থানত কোন কোন? - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 27 June 2022

ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কলা শাখাত শীৰ্ষ দহটা স্থানত কোন কোন?

 

২০২২বৰ্ষৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত মুঠ ১,৫৬,১০৭জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে ২৯,৪৮৭গৰাকীয়ে প্ৰথম বিভাগ, ৫২,৯৪৪গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪৭,৮৯৩গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে। 


২০২২বৰ্ষত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৩.৪৮শতাংশ। কলা শাখাৰ শীৰ্ষ স্থান দখল কৰিছে দুগৰাকী ছাত্ৰীয়ে।তেওঁলোক হৈছে কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল(কামৰূপ)ৰ সাধনা দেৱী আৰু মহিলা মহাবিদ্যালয়, তিনিচুকীয়াৰ চেৰী গোহাঁই।


শীৰ্ষ স্থান:

▶সাধনা দেৱী(কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল(কামৰূপ),লাভ কৰা নম্বৰ-৪৮৭

▶চেৰী গোহাঁই(মহিলা মহাবিদ্যালয়, তিনিচুকীয়া),লাভ কৰা নম্বৰ-৪৮৭


দ্বিতীয় স্থান

▶বিদিশা মিশ্ৰ(শংকৰদেৱ একাডেমী,নলবাৰী),লাভ কৰা নম্বৰ-৪৮৬


তৃতীয় স্থান

▶সুদীপ্ত দেৱনাথ( শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল),লাভ কৰা নম্বৰ-৪৮৩

▶নিলয় কুৰ্মী(ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,নগাঁও)লাভ কৰা নম্বৰ-৪৮৩


চতুৰ্থ স্থানঃ

▶প্ৰিয়ংকা বৈশ্য(অসম ভেলী একাডেমী,নলবাৰী),লাভ কৰা নম্বৰ-৪৮১


পঞ্চম স্থান

▶মধুস্মিতা বেজবৰুৱা(আনন্দৰাম বৰুৱা একাডেমী,বৰপেটা),লাভ কৰা নম্বৰ-৪৮০

▶প্রত্যুষ প্রতীম বৰা(কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,নগাঁও,লাভ কৰা নম্বৰ-৪৮০


ষষ্ঠ স্থান

▶দৈবিক দেৱ(ৰামানুজ গুপ্তা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,কাছাৰ),লাভ কৰা নম্বৰ-৪৭৮

▶ছহীদ আহমেদ খণ্ডকাৰ(আব্দুল হাছিব হায়াৰ ছেকেণ্ডাৰী স্কুল,হোজাই),লাভ কৰা নম্বৰ-৪৭৮

▶ৰ’জী ৰৌছন(কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,কামৰূপ),লাভ কৰা নম্বৰ-৪৭৮

▶উপাসনা শইকীয়া(ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী,নগাঁও),লাভ কৰা নম্বৰ-৪৭৮


সপ্তম স্থান

▶বিশাল বিকাশ বৈশ্য(আনন্দৰাম বৰুৱা একাডেমী,বৰপেটা),লাভ কৰা নম্বৰ-৪৭৭


অষ্টম স্থানঃ

▶ৰিয়া শইকীয়া(কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী,বৰপেটা),লাভ কৰা নম্বৰ-৪৭৫

▶দীক্ষিতা চহৰীয়া(পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়,দৰং),লাভ কৰা নম্বৰ-৪৭৫

▶অভিনন্দা হাজৰিকা(কটন বিশ্ববিদ্যালয়,গুৱাহাটী),লাভ কৰা নম্বৰ-৪৭৫

▶নিখিল দাস(কামৰূপা গাৰ্লছ ছিনিয়ৰ স্কুল,কামৰূপ),লাভ কৰা নম্বৰ-৪৭৫


নৱম স্থান

▶ৰাস্না গগৈ(ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী,গোলাঘাট),লাভ কৰা নম্বৰ- ৪৭৪


দশম স্থান

▶অনন্যা সূত্রধৰ(বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল,বঙাইগাঁও),লাভ কৰা নম্বৰ-৪৭৩

▶মেঘনা বৰা(ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,নগাঁও),লাভ কৰা নম্বৰ-৪৭৩

▶দেৱীস্তুতি হাজৰিকা(শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,শিৱসাগৰ),লাভ কৰা নম্বৰ-৪৭৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here