উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। 🟦বাণিজ্য শাখাৰ শীৰ্ষ দহটা স্থানত কোন কোন? - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 27 June 2022

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। 🟦বাণিজ্য শাখাৰ শীৰ্ষ দহটা স্থানত কোন কোন?

 🟦


🔳বাণিজ্য শাখাত অৱৰ্তীণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ১৫১৯৯গৰাকী।


🔳ইয়াৰে ৫০১৮গৰাকীয়ে প্ৰথম বিভাগ, ৫১৮৬গৰাকীয়ে দ্বিতীয় বিভাগ, ৩০৬০গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে। বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰ ৮৭.২৭শতাংশ।


👉প্ৰথম স্থান:লাভ কৰা নম্বৰ-৪৮২

▶সাগৰ আগৰৱাল(বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডাৰি স্কুল,কাছাৰ)


👉দ্বিতীয় স্থান:লাভ কৰা নম্বৰ-৪৭৬

▶মানস জ্যোতি বৰঠাকুৰ(ক্ৰিচেণ্ট একাডেমি,যোৰহাট)


👉তৃতীয় স্থান:লাভ কৰা নম্বৰ-৪৭৪

▶নিখিল গুপ্তা(আৰ ডি ছিনিয়ৰ ছেকেণ্ডাৰি স্কুল,তিনিচুকীয়া)


👉চতুৰ্থ স্থান:লাভ কৰা নম্বৰ-৪৭৩

▶নেন্সী খেটাৱাট(পি বি কলেজ,ধুবুৰী)

▶প্ৰিয়াক্ষী ঘোষ(পি আৰ গভৰ্ণমেণ্ট এইচ এছ এণ্ড এম পি স্কুল,গোৱালপাৰা)


👉পঞ্চম স্থান:লাভ কৰা নম্বৰ-৪৭২

▶প্ৰথম আগৰৱালা(শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,শিৱসাগৰ)


👉ষষ্ঠ স্থান:লাভ কৰা নম্বৰ-৪৬৮

▶মৃণাল ৰয়(পি আৰ গভৰ্ণমেণ্ট এইচ এছ এণ্ড এম পি স্কুল,গোৱালপাৰা)

▶দীপক লোধা(কে চি দাস কমাৰ্চ কলেজ,কামৰূপ মেট্ৰ)


👉সপ্তম স্থান:লাভ কৰা নম্বৰ-৪৬৬

▶বন্দনা বালদেৱা(শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,শিৱসাগৰ)


👉অষ্টম স্থান:লাভ কৰা নম্বৰ-৪৬৫

▶সিমৰন সুৰানা(নগাঁও গভট বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়,নগাঁও)


👉নৱম স্থান:লাভ কৰা নম্বৰ-৪৬১

▶চন্দন বৰা(গীতাঞ্জলি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,নগাঁও)


👉দশম স্থান:লাভ কৰা নম্বৰ-৪৬০

▶প্ৰিয়াংশু দাস,(সোণাৰি কমাৰ্চ কলেজ,চৰাইদেউ)




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here