দিছপুৰ মহাবিদ্যালয়ৰ বান সাহায্য প্রদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 27 June 2022

দিছপুৰ মহাবিদ্যালয়ৰ বান সাহায্য প্রদান

 


W7s news ষ্টাফৰিপোৰ্টাৰ:গুৱাহাটীৰ দিছপুৰ মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আজি হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত জাপিয়া অঞ্চলৰ ২৫০ টা বানাক্ৰান্ত পৰিয়ালক সাহায্য প্রদান কৰাৰ লগতে এটি চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° নৱজ্যোতি বৰা, মান নিৰূপণ সমন্বয়ক অজয় মিত্র, অধ্যাপক কুমুদ নাথ, মাথুৰ বৰ্মন, কুলধৰ পাটোৱাৰী আৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পৰাগ শংকৰ হাজৰিকাসহ বিষয়ববীয়াসকল আৰু এন এছ এছ গোটৰ সদস্যসকলে এই বান সাহায্য বিতৰণত অংশগ্ৰহণ কৰে। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে পৰৱৰ্তী সময়ত এই অঞ্চলত পুনৰ এটি চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here