চাৰি দিনৰ অন্তত দেওবাৰে খোল খাব কামাখ্যাৰ মন্দিৰৰ মূল দ্বাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 25 June 2022

চাৰি দিনৰ অন্তত দেওবাৰে খোল খাব কামাখ্যাৰ মন্দিৰৰ মূল দ্বাৰ

 



W7s news গুৱাহাটী: নীলাচলৰ বুকুত উদুলি মুদুলি পৰিবেশ। দেশী বিদেশী ভক্তৰে ভৰি পৰিছে শক্তিপীঠ।

চাৰি দিনৰ অন্তত দেওবাৰে খোল খাব কামাখ্যাৰ মন্দিৰৰ মূল দ্বাৰ। দেওবাৰে পুৱা ৬ বজাত নিবৃত্তি সেয়ে পুৱা দেৱীৰ স্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here