কেৰিয়াৰক নতুন গতি প্ৰদান কৰিব এডুভাইডেনে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 25 June 2022

কেৰিয়াৰক নতুন গতি প্ৰদান কৰিব এডুভাইডেনে

 



এডুভাইডেনৰ লাইফ অনলাইন ক্লাছত যোগদান কৰি ডাটা ছায়েন্স ইক’ছিষ্টেমৰ সকলো দিশৰ জ্ঞান অর্জনেৰে ডাটা ছায়েন্টিষ্ট হিচাপে পৰিচিতি অর্জন কৰাৰ সুবিধা




W7s news ষ্টাফৰিপোৰ্টাৰ:  নৱপ্ৰজন্মক ২১ শতিকাৰ অন্যতম চাহিদা থকা ডাটা ছায়েন্স আৰু ডাটা এনালাইটিক্সৰ দৰে প্ৰায়োগিক কৌশলৰ শিক্ষাদানৰ উদ্দেশ্যে আগবাঢ়ি  এডুভাইডেন। এই প্রতিষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে শিক্ষার্থীসকলৰ আগত আদৰ্শ দাঙি ধৰা, যাতে তেওঁলোকে বৰ্তমানৰ বজাৰত উপলব্ধ বিভিন্ন পেছাৰ বিষয়ে এক সামগ্রিক ধাৰণা লাভ কৰিব পাৰে -এইদৰে কয় প্ৰতিষ্ঠানটোৰ চি ই অ' ইন্ডিয়াক হকে। শনিবাৰে এডুভাইডেনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-শিক্ষাৰ্থীসকলক সঠিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰাৰ উদ্দেশ্যে আমি ব বিভিন্ন কেৰিয়াৰ বিকল্পৰ এক দিশ-নির্দেশনাও প্রদান কৰিব বিচাৰিছো।

বৰ্তমানৰ বজাৰ মূল্যৰ তুলনাত সামান্য পৰিমাণতেই এডুভাইডেনে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলক বজাৰৰ উপযুক্ত পাঠ্যক্ৰম গ্ৰহণ কৰাত সহায় কৰিছে। এডুভাইডেনৰ মেণ্টৰ তথা প্ৰশিক্ষকসকল হৈছে কৰ্মৰত ডাটা এনালিষ্ট আৰু ডাটা ছায়েন্টিষ্ট।

 ফলত শিক্ষার্থীসকলে সঠিক কাৰিকৰী ধাৰণা লাভ কৰাৰ লগতে তেওঁলোকৰ পৰা প্রয়োজনীয় দিশ-নির্দেশনা লাভ কৰিব পাৰিব।' সংবাদ মেলত প্রতিষ্ঠানটোৰ সহযোগী প্ৰতিষ্ঠাপক গৌৰৱ দাসে কয় -

www.eduviden.comত আত্মনির্ভশীল বিভিন্ন পাঠ্যক্রম যেনে— ডাটা ছায়েন্স আৰু ক'’ডিঙৰো ব্যৱস্থা আছে। যিকোনো পৃষ্ঠভূমিৰ শিক্ষার্থী তথা পেছাদাৰী লোকসকলে এই পাঠ্যক্রম গ্রহণ কৰিব পাৰে। এডুভাইডেন নামৰ এই ষ্টার্টআপটো ২০২১ চনত  আৰম্ভ হয়। প্ৰতিষ্ঠানটোৰ কৰ্প'ৰেট কাৰ্যালয় গুৱাহাটীৰ উজনবজাৰত আছে। ইয়াৰ ছয় মহীয়া পাঠ্যক্ৰম ডাটা এনালাইচিছৰ বাবে ১২ হাজাৰ টকা আৰু ডাটা ছায়েঞ্চৰ  পাঠ্যক্ৰমৰ বাবে ২৪ হাজাৰ টকা মাচুল ধার্য কৰা হৈছে। যি সকল আৰ্থিক ভাৱে দুৰ্বল শিক্ষার্থী তেওঁলোকৰ বাবে ৬ মহীয়া পাঠ্যক্ৰম ৫ হাজাৰ টকাৰ পৰা ৭ হাজাৰ টকা মাছুলত উপলব্ধ হ'ব। তেওঁলোকে অনলাইনত ৰেকৰ্ডিং হৈ থকা সেই পাঠ্যক্ৰমৰ সুবিধা

 লাভ কৰিব। কেৰিয়াৰক নতুন গতি প্ৰদান কৰিব এডুভাইডেনে। এডুভাইডেনৰ লাইফ অনলাইন ক্লাছত যোগদান কৰি ডাটা ছায়েন্স ইক’ছিষ্টেমৰ সকলো দিশৰ জ্ঞান অর্জনেৰে ডাটা ছায়েন্টিষ্ট হিচাপে পৰিচিতি অর্জন কৰাৰ সুবিধা কৰি দিব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here