বিষ্ণুৰাভা গীতৰ প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 22 June 2022

বিষ্ণুৰাভা গীতৰ প্ৰতিযোগিতা

 


W7s news গুৱাহাটী: নবীন শৰ্মা স্মৃতিচৰাৰ উদ্যোগত ২৬ জুনত দিনৰ ১২-৩০ বজাৰ  পৰা বিষ্ণু ৰাভা গীতৰ প্ৰতিযোগিতাৰ আয়োজন  কৰা হৈছে। ষষ্ঠ  শ্ৰেণীৰ  পৰা অষ্টম  শ্ৰেণীৰ  ছাত্ৰ ছাত্ৰীৰ  মাজত  অনুষ্ঠিত  হ'বলগীয়া  এই প্ৰতিযোগিতা  চানমাৰিৰ  জে বি আইন মহাবিদ্যালয়ত  অনুষ্ঠিত  হ'ব। ভৰ্তি মাচুল  দুশ টকা মাত্ৰ। ইয়াৰ বাবে  ৯৪৩৫০ ৪৯৮৮৯,আৰু 

৯৪০১০৫৩৬১৭ মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here