ৱাৰিঅ'ৰ ফাইট চেম্পিয়নশ্বিপৰ উদ্যোগত কিক বক্সিং প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 June 2022

ৱাৰিঅ'ৰ ফাইট চেম্পিয়নশ্বিপৰ উদ্যোগত কিক বক্সিং প্ৰতিযোগিতা

 



W7s news ষ্টাফৰিপোৰ্টাৰ: ৱাৰিঅ'ৰ ফাইট চেম্পিয়নশ্বিপ (ডব্লিউ এফ চি)ৰ উদ্যোগত প্ৰথম বাৰৰ বাবে এখন কিক বক্সিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বুধবাৰে ৱাৰিঅ'ৰ ফাইট চেম্পিয়নশ্বিপ (ডব্লিউ এফ চি)ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে 

ডব্লিউ এফ চি ৰ প্ৰতিষ্ঠাপক বিশাল তালুকদাৰে। তেওঁ লগতে কয়-এই প্ৰতিযোগিতাখন পহিলা জুলাইত গুৱাহাটীৰ লাচিত নগৰৰ বটানীত অনুষ্ঠিত হ'ব। সিদিনা সন্ধিয়া ৫.৩০ বজাত প্ৰতিযোগিতাখন মুকলি কৰা হ'ব। মূল প্ৰতিযোগিতা সন্ধিয়া ৬.৩০ বজাৰ পৰা আৰম্ভ কৰা হ'ব। চাৰি ঘন্টীয়া এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞ কিক বস্কাৰ সকলে অংশগ্ৰহণ কৰিব।যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াক জনপ্ৰিয়তা কৰা আৰু সংস্থাপনৰ বাট মুকলি কৰা আমাৰ মূল উদ্দেশ্য।' সংবাদ মেলত ডব্লিউ এফ চি ৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here