নাগৰিক সন্থাৰ বিশ্ব পৰিবেশ দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 June 2022

নাগৰিক সন্থাৰ বিশ্ব পৰিবেশ দিৱস পালন

 




w7s news ষ্টাফৰিপোৰ্টাৰ : বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি "চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সন্থা"ৰ তৰফৰ পৰা দেওবাৰে জোনালীস্থিত শংকৰদেৱ শিশু বিদ্যানিকেতন তথা শনিমন্দিৰ প্ৰাংগনত সন্থাৰ বহু সংখ্যক সদস্যৰ উপস্থিতিত কেইবাটাও মূল্যবান গছপুলি ৰোপন কৰে  জেষ্ঠ নাগৰিক সন্থাৰ সাধাৰণ সম্পাদক অখিল চন্দ্ৰ গোস্বামীয়ে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here