গুৱাহাটীত পূব ভাৰতৰ প্ৰথমটো হাইক’কী ছপি এণ্ড চাৰ্ভিচ চেণ্টাৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 12 June 2022

গুৱাহাটীত পূব ভাৰতৰ প্ৰথমটো হাইক’কী ছপি এণ্ড চাৰ্ভিচ চেণ্টাৰ মুকলি

 


 W7s news গুৱাহাটী: জাপানীজ  কোম্পানী হাইক’কী পাৱাৰ টুলছ ইণ্ডিয়া প্রাইভেট লিমিটেডে  গুৱাহাটীৰ ছাত্ৰীবাৰীত প্ৰথম হাইক’কী ছপি এণ্ড চাৰ্ভিচ চেণ্টাৰ মুকলি কৰে। ইণ্ডাষ্ট্রিয়েল ইঞ্জিনিয়াৰ এণ্ড ট্ৰেডাৰ্ছৰ শংকৰ জৈনৰ সহযোগত মুকলি কৰা হাইক’কী ছপি এণ্ড চাৰ্ভিচ চেণ্টাৰ উদ্বোধন কৰে হাইক’কীৰ পৰিচালন সঞ্চালক টমাউকি মৰো, জেনেৰেল মেনেজাৰ নবীন, অসম তথা উত্তৰ-পূবৰ ব্যৱসায়িক মূৰব্বী কৌশিক ৰয়ে। অনুষ্ঠানটোত টমাউকি মৰোৱে কয় যে জাপানী প্ৰযুক্তি আৰু বছৰ বছৰ ধৰি লাভ কৰা অভিজ্ঞতা তথা গ্ৰাহকক সহায়ৰ যোগেদি ভাৰতীয় উদ্যোগলৈ সেৱা আগবঢ়াইছে। হাইক’কী ছপিয়ে তেওঁলোকৰ গ্ৰাহকৰ বাবে এক দুৱাৰ মুকলি হ'ল। হাইক’কীয়ে অহা দুবছৰত তেওঁলোকক ব্যৱসায়িক টার্নঅভাৰ দুগুণ কৰাৰ পৰিকল্পনা কৰিছে আৰু তেওঁলোকৰ সকলোৱে বি এন চি টাৱাৰ চহৰত উপলব্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হাইক’কীয়ে তেওঁলোকৰ প্ৰডাক ৰেঞ্জ সম্প্ৰসাৰণ আৰু ভাৰতীয় উদ্যোগ, কৰ্ম পৰিৱেশৰ বাবে টেইলাৰ মেড প্রডাক্ট বিকশিত কৰাৰ দিশত আগবাঢ়িছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here